Posts

Showing posts with the label Assamese Story

এই_ছবিখন_হৈছে_বিশ্ব_বিখ্যাত_আৰু_পৃথিৱী_কঁপাই_যোৱা_শিহৰণকাৰী_ছবিৰ_ভিতৰত_এখন |Kevin Carter Committed Suicide 3 Months After He Won the Pulitzer Prize for a Photograph of a Vulture Stalking a Starving Girl

Image
Latest assamese news ,story and health tips , beauty tips in assamese, assamese love story , sad story ,today assamese news,motivation story in Assammese এই_ছবিখন_হৈছে_বিশ্ব_বিখ্যাত_আৰু_পৃথিৱী_কঁপাই_যোৱা_শিহৰণকাৰী_ছবিৰ_ভিতৰত_এখন । ইয়াতে শগুণটোয়ে অপেক্ষা কৰি আছে - # শিশুটোৰ_মৃত্যুৰ_অপেক্ষা  ।। শিশুটো মৰি গলে তাৰ মাংসখিনি খোৱাৰ অপেক্ষাত।।এই ছবিটো তুলিছিল  # kevin_carter  নামৰ এজন ফটোগ্ৰাফাৰে 1994 ৰ ছুডানত, জাতিসংঘৰ খাদ্যৰ গুদামৰ ওচৰত।।এই ছবিখন তেতিয়া বিশ্বত আলোড়নৰ সৃষ্টি কৰিছিল।। কিন্তু শিশুটিৰ শেষ পৰিণতি কি হৈছিল সেইটো কোনেও একো কব নোৱাৰে।। আনকি kevin carter ও নাজানে ।।কিন্তু আমোদজনক কথাটো হ ল এই ছবিখনে  # pulitzer বটাঁ লাভ কৰিবলৈ সক্ষম হৈছিল।।Kevin carter এই ছবিখন তোলাৰ তিনি মাহ পিছত আত্মহত্যা কৰিছিল।। পিছত জনা গৈছিল যে ছবিখন তোলাৰ বাবে kevin carter মানসিক ভাৱে ভাঙি পৰিছিল।। আৰু সেই কাৰণেই আত্মহত্যা কৰিছিল।।আত্মহত্যা কৰাৰ আগত kevin carter এ নিম্নলিখিত বাক্যশাৰী লিখি থৈ গৈছিল...Dear god, i promise i will never waste my food no matter how bad it can taste a...