Posts

Showing posts with the label motivational story

Royal enfieled bullet ৰ সফলতাৰ কাহিনি Royal enfieled bullet success story in assamese

Image
Royal Enfield bullet success story in Assamese  Royal Enfield bullet ৰ সফলতাৰ কাহিনি bhondho hokol hokolure monot eta asha thake je ekhon Royal Enfieled solua.  Jodiu aapunlake ei bike khonor tv t ad komke dekhiboloi pua jai tothapiu ei bike khonor hoktir kotha sobei jane.      Royal enfieled r aarombhoni aajir pora prai 120 bosoror agote englend t hoisil. Pisot goi e Indian brand hoige .  Royal Enfield r aarombhoni ALBAT ADI aru RW SPEN e 1892 sonot korisil , tetia company r nam asil Eadia Manufacturing Limited aasil .   Pisot 1899 sonot ekon cycle  bonai aaru tar 2 bosor pisot cycle te engine logai Enfieled e prothom motor cycle uliai jot minirma namor company r engine use korisil .       1903 sonot enfiled company e car production koriboloi loi kintu eai business t bohut luksan hoi aru 1907 sonot car bonua company tu Alldays onions namor company etak biki kore .kintu Motor cycle bonua ...

প্ৰেৰণামূলক কিছু কথা । প্ৰতিবন্ধকতা কেতিয়াও বাধা হ'ব নোৱাৰে ।TOP 5 INSPIRATIONAL MEN

Image
"প্ৰতিবন্ধকতা কেতিয়াও বাধা হ'ব নোৱাৰে" . .প্ৰেৰণামূলুক কিছু কথা , আমি শাৰীৰিকভাৱে সুস্থ থকাতকৈ কিন্তু মানসিকভাৱে সুস্থ থকাটো বহুত জৰুৰী। আজি মই যিকেইজন মহান ব্যক্তিৰ সম্পৰ্কে কম বা আলোচনা কৰিম তেওঁলোকৰ কোনোৱে শাৰীৰিকভাৱে সুস্থ নাছিল কিন্তু মানসিকভাৱে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ আছিল ___ , ১।  "টমাছ আলভা এডিচন" এখেতৰ বিষয়ে সকলোৱে জানে নিশ্চয়। তেখেতেই বৈদ্যুতিক বাল্ব আৱিষ্কাৰ কৰিছিল। তেখেতক স্কুলত নামভৰ্তি কৰাৰ ঠিক ৩ মাহ পাছতেই স্কুলৰ পৰা ওলাই দিছিল কাৰণ তেখেত আছিল "বধিৰ", এজন স্বাভাৱিক মানুহৰ দৰে কাণেৰে শুনা নাছিল। , ২।  "মিল্টন" গোটেই বিশ্বত আলোড়ন সৃষ্টিকাৰী আমেৰিকান লেখক। বিখ্যাত বিখ্যাত কবিতা সৃষ্টি কৰি জয় কৰিছিল সমগ্ৰ বিশ্ববাসীৰ মন প্ৰাণ। কিন্তু তেখেত আছিল, "অন্ধ"। , ৩।  আমেৰিকান ৰাষ্ট্ৰপতি "ৰুজভেল্টক" কোনেনো চিনি নাপায়। তেখেত আছিল সেই সময়ৰ সকলো ৰাজনীতিবিদৰ আদৰ্শ কিন্তু তেখেতে খোজ কাঢ়িব পৰা নাছিল, হুইলচেয়াৰত চলা-ফুৰা কৰিব লাগিছিল। , ৪।  "ষ্টিফেন হকিং"  নিউটনৰ পাছতে যাক পদাৰ্থ বিজ্ঞানৰ অন্যত...