১২ জুলাই ইতিহাসত আজিৰ দিনটো Historical events for the 12th of July.
১২ জুলাই ইতিহাসত আজিৰ দিনটো ______________________ ______________________ . . ১৮২২ চনত অাজিৰ দিনটোত ইংৰাজ কবি শ্বেলিৰ মৃতু ১৯২৭ চনত অাজিৰ দিনটোত সাহিতিক চন্দ্ৰ প্ৰয়াস শইকীয়াৰ জন্ম । ২০০৬ চনত শিল্পি অাবৃতিকাৰ ঈশান বৰুৱাৰ মৃতু্ ্য ১৮৬৮ চনৰ আজিৰ দিনটোতে জাৰ্মানী কবি, অনুবাদক স্টিফান জর্জৰ জন্ম হয়। ১৯৩৩ চনত তেখেতৰ মৃত্যু হৈছিল। . ১৮৭৬ চনৰ আজিৰ দিনটোতে ফৰাছী কবি, চিত্ৰশিল্পী মেক্স জেকবৰ জন্ম হয়। ১৯৪৪ চনত তেখেতৰ মৃত্যু হৈছিল। . ১৯০৪ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী বিশ্বখ্যাত চিলিয়ান কবি আৰু কূটনীতিক পাবলো নেৰুদাৰ জন্ম হৈছিল। তেখেতে ১৯৭১ চনত নোবেল বঁটা লাভ কৰে। ১৯৭৩ চনত তেখেতৰ মৃত্যু হৈছিল। . ১৯১৩ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী উইলিছ ল্যাম্বৰ জন্ম হয়। তেখেতে ১৯৫৫ চনত নোবেল বঁটা লাভ কৰে। ২০০৮ চনত তেখেতৰ মৃত্যু হৈছিল। . ১৯২৮ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী আমেৰিকান ৰসায়নবিদ আৰু শিক্ষাবিদ এলিয়াছ জেমছ কোৰৰ জন্ম হয়। . ১৯৬১ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেতা, গায়ক শিৱ ৰাজকুমাৰৰ জন্ম হয়। . ১৯৯৭ চনৰ আজিৰ দিনটোতে বিশ্বৰ কনিষ্ঠতম ...