১২ জুলাই ইতিহাসত আজিৰ দিনটো Historical events for the 12th of July.

১২ জুলাই
ইতিহাসত আজিৰ দিনটো
______________________
______________________
.
.
১৮২২ চনত অাজিৰ দিনটোত ইংৰাজ কবি শ্বেলিৰ মৃতু

১৯২৭ চনত অাজিৰ দিনটোত সাহিতিক চন্দ্ৰ প্ৰয়াস শইকীয়াৰ জন্ম ।

২০০৬ চনত শিল্পি অাবৃতিকাৰ ঈশান বৰুৱাৰ মৃতু্ ্য

১৮৬৮ চনৰ আজিৰ দিনটোতে জাৰ্মানী কবি, অনুবাদক স্টিফান জর্জৰ জন্ম হয়।
১৯৩৩ চনত তেখেতৰ মৃত্যু হৈছিল।
.
১৮৭৬ চনৰ আজিৰ দিনটোতে ফৰাছী কবি, চিত্ৰশিল্পী মেক্স জেকবৰ জন্ম হয়।
১৯৪৪ চনত তেখেতৰ মৃত্যু হৈছিল।
.
১৯০৪ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী বিশ্বখ্যাত চিলিয়ান কবি আৰু কূটনীতিক পাবলো নেৰুদাৰ জন্ম হৈছিল।
তেখেতে ১৯৭১ চনত নোবেল বঁটা লাভ কৰে।
১৯৭৩ চনত তেখেতৰ মৃত্যু হৈছিল।
.
১৯১৩ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী উইলিছ ল্যাম্বৰ জন্ম হয়।
তেখেতে ১৯৫৫ চনত নোবেল বঁটা লাভ কৰে।
২০০৮ চনত তেখেতৰ মৃত্যু হৈছিল।
.
১৯২৮ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী আমেৰিকান ৰসায়নবিদ আৰু শিক্ষাবিদ এলিয়াছ জেমছ কোৰৰ জন্ম হয়।
.
১৯৬১ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেতা, গায়ক শিৱ ৰাজকুমাৰৰ জন্ম হয়।
.
১৯৯৭ চনৰ আজিৰ দিনটোতে বিশ্বৰ কনিষ্ঠতম নোবেল বঁটা বিজয়ী মালালা ইউচুফজাইৰ জন্ম হয়।
তেখেতে ২০১৪ চনত শান্তিৰ বাবে নোবেল বঁটা লাভ কৰিছিল।
.
১৯৩১ চনৰ আজিৰ দিনটোতে ছুইডেনৰ নোবেল বঁটা বিজয়ী নাথান ছোডাৰবোমৰ মৃত্যু হয়।
তেখেতৰ জন্ম হৈছিল 1866 চনত।
.
২০১২ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেতা, ৰাজনীতিবিদ দাৰা সিংহৰ মৃত্যু হয়।
__________________________
.
.

Comments