অাজিৰ দিনটোৰ ৰাশি ফল( ইং ৬ জুলাই,২০১৮ ) 6 July 2018 rashifal in assamese
[] অাজিৰ দিনটোৰ ৰাশি ফল []
( ইং ৬ জুলাই,২০১৮ )
……………………………………………
👉 মেষ ৰাশি = পাৰিবাৰিক সুখ লাভ হব। প্ৰেমত শুভ। শুভ সংখ্য - ৬ শুভ ৰঙ= ৰঙা।
👉 বৃষ ৰাশি : অাপোনি মনত আঘাত পাব পাৰে।অৰ্থ লাভ।প্ৰেমত শুভ । শুভ সংখ্যা - ১ শুভ ৰঙ : হালধীয়া ৰঙ ।
👉 মিথুন ৰাশি : আপোনজনে নকবলগা ক্থা কাৰ্যকলাপত অতিষ্ঠ হব । প্ৰেমত অশুভ। যাত্ৰ নকৰিব। শুভ সংখ্যা - ৫ শুভ ৰঙ: কমলা ৰঙ ।
👉 কৰ্কত ৰাশি : কৰ্ম্মোন্নতিৰ যোগ ।ৱ্যৱসায়ত শুভ। প্ৰেমত আনন্দ লাভ। শুভসংখ্যা : ৩ শুভ ৰঙ= হালধীয়া ৰঙ ।
👉 সিংহ ৰাশি : যাত্ৰাত শুভ। ধন লাভ হব পাৰে। প্ৰেমত জটিলতা বৃদ্ধি পাব। শুভ সংখ্যা : ৬ শুভ ৰঙ : নীলা ৰঙ ।
👉কন্য ৰাশি - অাপোনা অাজি দিনটোত অশান্তি হ'ব পাৰে।ভ্ৰমনত শুভ।হাতলৈ ধন অাহিব।ব্যৱসায়ত শুভ।প্ৰেমিক -প্ৰেমিকাৰ শুভ।শুভ ৰং হালধিয়া হ'ব।শুভ সংখ্যা ৫
👉 তুলা ৰাশি - চাকৰিয়াল সকলৰ বাবে শুভ।বাহন চলাওতে সাৱধান হওক।প্ৰেমত বৰ শুভ নহয়।ব্যৱসায়ত শুভ। শুভ সংখ্যা ৩ শুভ ৰং সেউজীয়া।
👉 বৃশ্চিক ৰাশি - শত্ৰুৰ পৰা সাৱধান হ'ব।কৰ্মত শুভ।গৃহলৈ বন্ধু অাহিব ।ব্যৱসায়ত শুভ।খৰচ বৃদ্ধি হ'ব।শুভ সংখ্যা ৪ শুভ ৰং ৰঙা।
👉ধনু ৰাশি : সুখ লাভ ।ব্যৱসায়ত শুভ। বিদ্যাত শুভ ।প্ৰেমত শুভ।শুভ ৰং আকাশী সেউজীয়া। শুভ সংখ্যা ৩
👉মকৰ ৰাশি : কৰ্মত সফলতা লাভ । বন্ধুৰ পৰা সুখ লাভ হব।কৰ্মত উন্নতি লাভ।ব্যৱসায়ত ধন লাভ ।বিদ্যাত শুভ । প্ৰেমতমনোমালিন্য হব পাৰে ।শুভ ৰং নীলা ।শুভ সংখ্যা ৭ ।
👉কুম্ভ ৰাশি : মনসিক শান্তি লাভ। চাকৰীয়াল সকলৰ বাবে শুভ।হাতলৈ ধন অাহিব।প্ৰেমত শুভ । শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৩।
👉মীন ৰাশি : কৰ্মত সফলতা লাভ কৰিব পাৰিব।ব্ন্ধুৰ পৰা ধন পাব পাৰে।খৰচ বৃদ্ধি পাব। প্ৰেমত শুভ । ব্যৱসায়ত ধন লাভ।শুভ ৰং কমলা ৰঙ। শুভ সংখ্যা ৩।

Comments
Post a Comment