সন্জুয়ে ভংগ কৰিছে বহু চিনেমাৰ ৰেকৰ্ড , জানক সন্জুৰ উপাৰ্জন,Sanju box office collection

     
      অলপতে মুক্তি পোৱা ৰনবীৰ কাপোৰৰ অভিনীত ছবি সন্জুা য়ে  চিনেমা জগতত ব্যাপক খলকনিৰ সৃষ্টী কৰিছে । সন্জু চিনামাখনে উৰ্পাজনৰ ক্ষেত্তত বহু ভাল ভাল চিনেমাক পিছ পেলাই গৈছে । উপাজনৰ ক্ষেত্তত বাহুবলী,দংগল,ৰেচ ৩ আদি চিনেমাৰো ৰেকৰ্দ ভংগ কৰিছে । সন্জুৰ প্ৰথম দিনৰ উৰ্পাজন ৩৪.৭৫ কোতি টকা আৰু দ্বিতীয় দিনৰ উৰ্পাজন ৩৮.৪০ আৰু ৰেচ৩ ৰ দ্বিতীয় দিনা উৰ্পাজন আছিল ৩৮.১৪ কোতি টকা । ছবিখনে তৃতীয় দিনা ১০০ কোতিৰ ঘৰত ভৰি দিয়ে । সন্জুৰ বৰ্তমানলৈকে উপাৰ্জন ১২০.০৬ কোতি টকা ।

Comments

Popular posts from this blog

শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয়ৰ বুৰঞ্জী , History of buri gosani devalay jorhat

panchayat election assam date 2018 | পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে পিছুৱালে একাধিক পৰীক্ষাৰ সময়সূচী