অাজি দিনটোৰ ৰাশি ফল ::: ( ইং ৫ জুলাই,২০১৮) rashifal in assamese 5 July 2018

:::অাজি দিনটোৰ ৰাশি ফল :::
( ইং ৫ জুলাই,২০১৮)
rashifal assamese rashifal assamese 2018 assamese rashifal 2018 assamese rashifal 2018 assamese rashifal 2018 today assamese rashifal daily assamese rashifal apps assamese rashifal 2018 ajir rashifal assamese rashifal in assamese language rashifal in assamese new year assamese rashifal.com assamese rashifal for today rashifal in assamese rashifal in assamese 2018 rashifal in assamese today ajir rashifal in assamese rashifal 2016 in assamese rashifal assamese today assam rashifal today assamese rashifal tula rashi rashifal assamese video



👉মেষ ৰাশি : ধন লাভ ।ব্যৱসায়ত শুভ। বিদ্যাত শুভ ।প্ৰেমত অশুভ।শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৯
👉বৃষ ৰাশি : বন্ধুৰ পৰা ক্ষতি  হব পাৰে।কৰ্মত উন্নতিত বাধা।ব্যৱসায়ত অশুভ ।বিদ্যাত শুভ । প্ৰেমত শুভ ।শুভ ৰং সেউজীয়া ।শুভ সংখ্যা ১ ।
👉মিথুন ৰাশি :  চাকৰীয়াল সকলৰ বাবে শুভ।হাতলৈ ধন অাহিব যদিও ঙৰচ বৃদ্ধি পাব।প্ৰেমত অশুভ । শুভ ৰং ৰঙা । শুভ সংখ্যা ৩।
👉কৰ্কত ৰাশি : ব্ন্ধুৰ পৰা ধন পাব।ব্যৱসায়ত শুভ। প্ৰেমত শুভ । শুভ ৰং নীলা ৰঙ। শুভ সংখ্যা ৮।
👉সিংহ ৰাশি : কৰ্মত সফলতা লাভ।ব্যৱসায়ত অৰ্থ লাভ হব।বিদ্যাত মধ্যম। প্ৰেমত শুভ।শুভ ৰং হালধিয়া । শুভ সংখ্যা ৪।
👉কন্যা ৰাশি : মনত অানন্দ লাভ ।যাত্ৰাত অশুভ।অৰ্থ লাভ হব। বিদ্যাত শুভ।প্ৰেমত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯
👉তুলা ৰাশি :  কৰ্মত উন্নতি। চাকৰিয়াল সকলৰ বাাবে শুভ।বিদ্যাত শুভ। প্ৰেমত অশুভ।শুভ সংখ্যা ৬ শুভ ৰং ৰঙা।
👉বৃশ্চিক ৰাশি : কৰ্মত পদোন্নতি লাভ।ব্যৱসায়ত বিশেষ শুভ নহব। বিদ্যাত শুভ। প্ৰেমত পতাৰণা ।শুভ ৰং সেউজীয়ষ। শুভ সংখ্যা ৬ ।
👉ধনু ৰাশি : ক্ৰমত  সু-সংবাদ পাব। ব্যৱসায়ত শুভ।ধন খৰচ হব। প্ৰেমত বিফলতা।শুভ সংখ্যা ৪ ।শুভ ৰং নীলা।
👉মকৰ ৰাশি : বন্ধুৰ পৰা সহায় পাব ।ব্যৱসায়ত শুভ বুজায়। ধন লাভ হ'ব। প্ৰমত সফলতা । শুভ সংখ্যা ৫।শুভ ৰং কমলা ৰঙ  ।
👉কুম্ভ ৰাশি - মনত অানন্দ লাভ।ব্যবসায়ত সুভ।ধন লাভ হ'ব ।যদিও খৰচ বৃদ্ধি হ'ব  । বিদ্যাত শুভ । প্ৰেমত অশুভ । শুভ সংখ্যা ১ । শুভ ৰং অাকাশি নীলা। 
👉মীন ৰাশি : চাকৰিয়াল সকলৰ বাবে শুভ।মনলৈ নতুন চিন্তা অাহিব।ব্যবসায়ত শুভ । ধন লাভ হ'ব। প্ৰেমত জতিলতা ।শুভ সংখ্যা ৪। শুভ ৰং হালধিয়া।

Comments