Posts

panchayat election assam date 2018 | পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে পিছুৱালে একাধিক পৰীক্ষাৰ সময়সূচী

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে পিছুৱালে একাধিক পৰীক্ষাৰ সময়সূচী assam gram panchayat election date 2018 ********************************* সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সোমবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদমেলযোগে ঘোষণা কৰে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দিন। এই অনুযায়ী অহা ৫ আৰু ৯ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচন আয়োগৰ এই ঘোষণাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে শাসক বিৰ োধী প্ৰতিটো দলৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰা এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে ১৫ নৱেম্বৰ। দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৯ নৱেম্বৰ। সংবাদমেলত আয়োগে সদৰী কৰা মতে, প্ৰথম পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৯ নৱেম্বৰ আৰু দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ২২ নৱেম্বৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজিয়ে নিৰ্দেশনা জাৰি কৰা হয়। ২য় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্দেশনা জাৰি কৰা হ’ব ৯ নৱেম্বৰত। ফলাফল ঘোষণা কৰা হ

পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে। petrol price in india today

petrol price in india today পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে।  পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে। মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম মঙলবাৰে হৈছেগৈ ৮৬.৭২টকা আৰু ডিজেলৰ প্ৰতিলিটাৰত দাম হৈছে ৭৫.৭৪ টকা। ১৬ আগষ্টৰ পৰা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য। দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭৯.৩১টকা আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭১.৩৪টকা হৈছেগৈ। দেশৰ প্ৰায়বোৰ চহৰতে এতিয়া পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অভাৱনীয় হাৰত বৃদ্ধি হৈছে। চেন্ন াইত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হৈছেগৈ ৮২.২৪টকা আৰু কলকাতাত সেই মূল্য ৮২.০৬টকা। ২০১৭চনৰ জুনৰ পৰা প্ৰযোজ্য কৰা নিয়ম অনুসৰি প্ৰতিদিনাই পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস বা বৃদ্ধি কৰা হয়। সেয়েহে সাধাৰণ লোকে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি বিষয়টো সহজে অনুধাৱন কৰিব নোৱাৰে। সোমবাৰে পেট্ৰ’লৰ মূল্য ৩৯ পইচা বৃদ্ধি হয়। একেদৰে ডিজেলৰ মূল্যবৃদ্ধিও অব্যাহত আছে। ১৬ আগষ্টৰ পৰা পেট্ৰ’লৰ মূল্য ২টকা আৰু ডিজেলৰ মূল্য ২.৪২টকা বৃদ্ধি পাইছে। চলিত বৰ্ষৰ মে’ৰ ২৮ তাৰিখে প্ৰতি লিটাৰ ডিজেলৰ মূল্য আছিল ৬৯.৩১টকা। টকাৰ মূল্য অৱনমন আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা

Royal enfieled bullet ৰ সফলতাৰ কাহিনি Royal enfieled bullet success story in assamese

Image
Royal Enfield bullet success story in Assamese  Royal Enfield bullet ৰ সফলতাৰ কাহিনি bhondho hokol hokolure monot eta asha thake je ekhon Royal Enfieled solua.  Jodiu aapunlake ei bike khonor tv t ad komke dekhiboloi pua jai tothapiu ei bike khonor hoktir kotha sobei jane.      Royal enfieled r aarombhoni aajir pora prai 120 bosoror agote englend t hoisil. Pisot goi e Indian brand hoige .  Royal Enfield r aarombhoni ALBAT ADI aru RW SPEN e 1892 sonot korisil , tetia company r nam asil Eadia Manufacturing Limited aasil .   Pisot 1899 sonot ekon cycle  bonai aaru tar 2 bosor pisot cycle te engine logai Enfieled e prothom motor cycle uliai jot minirma namor company r engine use korisil .       1903 sonot enfiled company e car production koriboloi loi kintu eai business t bohut luksan hoi aru 1907 sonot car bonua company tu Alldays onions namor company etak biki kore .kintu Motor cycle bonua eri nidile . Enfiled e 1914 sonot prothom sofolata lave kore jetia pr

স্বাস্থ্য_ৰক্ষাত_কলমৌ_শাক 15 Best Benefits and Uses Of Water Spinach For Skin, Hair and Health (Assamese Health Tips)

Image
স্বাস্থ্য_ৰক্ষাত_কলমৌ_শাক 🌿 🌿  ইয়াৰ বৈজ্ঞানিক নাম Ipomia aquatica । পানী থকা ঠাইত নাইবা খেতিপথাৰ, সেমেকা ঠাইত ইয়াক সাধাৰণতে দেখিবলৈ পোৱা যায়। অসমীয়া থলুৱা ব্যঞ্জন সমূহৰ ভিতৰত কলমৌ শাকৰ ব্যঞ্জনো লেখত লবলগীয়া। যেনে কলমৌ আৰু আলুৰ শুকান ভাজি,ঢেকীয়া আৰু কলমৌৰ শুকান ভাজি, মচুৰ দাইলৰ লগত বনোৱা কলমৌ শাকৰ আঞ্জা, মাগুৰ শিঙি মাছৰ লগত কলমৌ শাকৰ জোল খুবেই তৃপ্তিদায়ক । কলমৌ শাকত ভিটামিন A, বিভিন্ন প্ৰকাৰৰ ভিটামিন B যৌগ, ভিটামিন C, আইৰণ, আঁহ ( dietary fibre), কেলচিয়াম, মেগনেছিয়াম, মেংগানি জ, পতাছিয়াম, ফচফৰাছ, চডিয়াম, জিঙ্ক ইত্যাদি বহু অত্যাৱশ্যকীয় উপাদান পোৱা থাকে। সেয়েহে স্বাস্থ্য ৰক্ষা আৰু ৰোগ প্ৰতিৰোধত কলমৌ শাকৰ ভূমিকা আছে। ইয়াৰ উপকাৰী গুণসমূহ তলত উল্লেখ কৰা হৈছে 🌿 (১).  জণ্ডিচ  আৰু অন্যান্য লিভাৰজনীত ৰোগত কলমৌ শাক উত্তম পথ্য । বিভিন্ন প্ৰকাৰৰ অলাগতিয়াল বৰ্জিত পদাৰ্থ যাক টকচিন্স ( toxins) বুলি কোৱা হয় সেইবোৰ শৰীৰৰ পৰা নিষ্কাষণ কৰাত ই সহায় কৰে । ইয়াত থকা কিছুমান বিশেষ উপাদানে লিভাৰৰ এঞ্জাইমসমূহক ( enzyme) সক্ৰিয় কৰি লিভাৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে আৰু লিভাৰক সুৰক

নেলছন মেণ্ডেলাৰ কিছু অনুপ্ৰেৰণামূলক বাণী || Read the most important speech Nelson Mandela ever gave -onlineassam.ooo/motivational story

Image
নেলছন মেণ্ডেলাৰ কিছু অনুপ্ৰেৰণামূলক বাণীঃ ---------------------------------- .  নেলছন মেণ্ডেলা দক্ষিণ আফ্রিকাৰ প্রথম নির্বাচিত ৰাষ্ট্ৰপতি আৰু নোবেল বঁটা বিজয়ী নাগৰিক, তেখেতৰ নেলছন মেণ্ডেলাৰ জন্ম হয় ১৯১৮ চনৰ ৯ জুলাইত দক্ষিণ আফ্ৰিকাৰ ওমটাটা জিলাৰ (Umtata) মেভেজু (Mvezo) নামৰ এখন সৰু গাঁৱত। তেওঁৰ পিতাকৰ নাম হেনৰি গিডলা। হেনৰি গিডলা এজন ৰাজনীতিজ্ঞ আছিল। দক্ষিণ আফ্রিকাৰ বর্ণ বৈষম্যৰ বিৰুদ্ধে যুঁজি ২৭ বছৰ কাৰাবাস খাটিছিল । ১৯৯০ চনত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে, তাৰ চাৰিবছৰ পাছতেই দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি নির্বাচিত হয়। . 👉 বিভিন্ন সমস্যা কিছু মানুহক ধ্বংস কৰি দিয়ে আকৌ বেলেগক গঢ়ি তোলে। যি মানুহে চেষ্টা অব্যাহত ৰাখে, তাৰ আত্মাক কাটি পেলোৱাৰ দৰে যথেষ্ট ধাৰ কোনো কুঠাৰ নাই। আশাৰ দৰে অস্ত্ৰ যাৰ ওচৰত আছে, সি শেষ পৰ্যন্ত টিকি থাকিবই। 👉 কোনো কাম শেষ নোহোৱা পৰ্যন্ত সেইটোক সকলো সময়তে অসম্ভৱ বুলি মনে হয়। 👉 স্বাধীন মনৰ অধিকাৰী বন্ধুক মই পছন্দ কৰোঁ। কাৰণ সিহঁতে বিভিন্ন সমস্যাক সকলো ধৰণৰ দৃষ্টিকোণৰ পৰা দেখিবলৈ আপোনাক সহায়তা কৰে। 👉 জনসাধাৰণৰ মুক্তিৰ বাবে সকলো ত্যাগ কৰিবলৈ প্ৰকৃত নেতাই সদায় প্ৰস্

১২ জুলাই ইতিহাসত আজিৰ দিনটো Historical events for the 12th of July.

Image
১২ জুলাই ইতিহাসত আজিৰ দিনটো ______________________ ______________________ . . ১৮২২ চনত অাজিৰ দিনটোত ইংৰাজ কবি শ্বেলিৰ মৃতু ১৯২৭ চনত অাজিৰ দিনটোত সাহিতিক চন্দ্ৰ প্ৰয়াস শইকীয়াৰ জন্ম । ২০০৬ চনত শিল্পি অাবৃতিকাৰ ঈশান বৰুৱাৰ মৃতু্ ্য ১৮৬৮ চনৰ আজিৰ দিনটোতে জাৰ্মানী কবি, অনুবাদক স্টিফান জর্জৰ জন্ম হয়। ১৯৩৩ চনত তেখেতৰ মৃত্যু হৈছিল। . ১৮৭৬ চনৰ আজিৰ দিনটোতে ফৰাছী কবি, চিত্ৰশিল্পী মেক্স জেকবৰ জন্ম হয়। ১৯৪৪ চনত তেখেতৰ মৃত্যু হৈছিল। . ১৯০৪ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী বিশ্বখ্যাত চিলিয়ান কবি আৰু কূটনীতিক পাবলো নেৰুদাৰ জন্ম হৈছিল। তেখেতে ১৯৭১ চনত নোবেল বঁটা লাভ কৰে। ১৯৭৩ চনত তেখেতৰ মৃত্যু হৈছিল। . ১৯১৩ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী উইলিছ ল্যাম্বৰ জন্ম হয়। তেখেতে ১৯৫৫ চনত নোবেল বঁটা লাভ কৰে। ২০০৮ চনত তেখেতৰ মৃত্যু হৈছিল। . ১৯২৮ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী আমেৰিকান ৰসায়নবিদ আৰু শিক্ষাবিদ এলিয়াছ জেমছ কোৰৰ জন্ম হয়। . ১৯৬১ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেতা, গায়ক শিৱ ৰাজকুমাৰৰ জন্ম হয়। . ১৯৯৭ চনৰ আজিৰ দিনটোতে বিশ্বৰ কনিষ্ঠতম নোবে

জিৰাৰ দহটা উপকাৰীতা 10 Amazing Benefits Of Cumin (Jeera) For Skin, Hair And Health

Image
জিৰাৰ দহটা উপকাৰীতা 10 Amazing Benefits Of Cumin (Jeera) For Skin, Hair And Health       জিৰা আমাৰ আখলৰ এবিধ অপৰিহাৰ্য্য উপাদান । জিৰাৰ এন্টিঅক্সিডেন্ট আৰু নিউট্ৰিয়েন্টচে শৰীৰক বহুতো সমস্যাৰ পৰা ৰক্ষা কৰে। পুণে স্থিত জাহাঙ্ গীৰ হস্পিটালৰ চিনিয়ৰ ক্লিনিকেল এক্জুকিটিভ নিউট্ৰেচনিষ্ট ডাঃ নেহা চিৰ্কেই ৰাতিপুৱা খালি পেটত জিৰা পানী খোৱাৰ পৰামৰ্শ দিয়ে। ৰাতি এগিলাচ পানীত ২ চামুচ জিৰা তিয়াই থব। পুৱা কুহুমীয়া গৰম কৰি চেকি খালি পেটত খাব। ই কেনেধৰণৰ ৰোগীৰ বাবে লাভজনক - ১- যাৰ হাৰ্টৰ প্ৰব্লেম- ই শৰীৰৰ কলেষ্টৰেল লেভেল কমাই হাৰ্ট প্ৰব্লেমৰ পৰা বচায়। ২- যাৰ ডাইবেটিজ হোৱাৰ সম্ভাৱনা আছে, ই বডিত গ্লুকোজ লেভেল সীমিত ৰাখি ডাইবেটিজ হোৱাৰ পৰা ৰক্ষা কৰে। ৩- যাৰ মাচল্চ পেইন আছে। এই পেয়ৰ দ্বাৰা শৰীৰৰ ৰক্ত সঞ্চালন নিয়মীয়া হৈ পেশীবোৰ ৰিলাক্সড হৈ বিষ নোহোৱা হয়। ৪- যাৰ ছালৰ সমস্যা আছে। ইয়াৰ দ্বাৰা শৰীৰৰ টক্সিন বা দূষিত পদাৰ্থ বাহিৰ হৈ শালমইনা আদিৰ পৰা আৰোগ্য কৰে। ৫-যাৰ হজমৰ সমস্যা আছে। ইয়াত থকা ফাইবাৰে ডাইজেচনত সহায় কৰে আৰু এচিডিটিৰ সমস্যাৰ পৰা মুক্তি দিয়ে। ৬- যাৰ শৰীৰৰ ওজন বাঢ়িছে । ইয়াৰ দ্বাৰ